মিউজিক

Moi Hom Koina Lyrics – Dipanwita Deka

Moi Hom Koina Lyrics – Dipanwita Deka

Moi Hom Koina Lyrics were sung by Dipanwita Deka. In contrast, the lyrics of this new Assamese song were penned by Debojani Kajol, Doli Phukon, Hridoy Chandan, Music by Hridoy Chandan, Mix- Mastered by Palash Gogoi, Composed by Hridoy Chandan, Dipankar Barman.


Moi Hom Koina


SingerDipanwita Deka
ComposerDipanwita Deka
MusicHridoy Chandan
Song WriterDebojani Kajol, Doli Phukon, Hridoy Chandan,

Moi Hom Koina Lyrics

 

ফুল চন্দন তুলসী

ফুল চন্দন তুলসী

ভৰিল নে নভৰিল

ৰাধা তোমাৰ কলচী

তই অভিমান কৰিলে

মৰমৰ উমান পাম

তই আতৰি থাকিলে

মৰমেৰে মই নিচুকাম

আমি দুয়ো এটি হ’ম

জানি ল জানি ল

দৰা সাজি আহিবিনে

এবাৰ খুলি ক’

মই হ’ম কইনা তোৰে কইনা

মৰমৰে কইনা

উৰে জীৱনলে থাকিবলে

মই হ’ম তোৰে কইনা (২)

দুয়ো মিলি সাজি ল’ম

এটি সৰু পজা ঘৰ

মিলিছে দুখন হিয়া

দুয়ো বিলীন হৈ ৰ’ম

আমি দুয়ো এটি হ’ম

জানি ল জানি ল

দৰা সাজি আহিবিনে

এবাৰ খুলি ক’

মই হ’ম কইনা তোৰে কইনা

মৰমৰে কইনা

উৰে জীৱনলে থাকিবলে

মই হ’ম তোৰে কইনা (২)

মোৰ জীৱনৰ শেষ উশাহ থকা লৈকে

তোৰ সাহস তোৰ উশাহ

তোৰ সাৰথি হৈ ৰ’ম

কাৰণ…..

মই হ’ম তোৰে কইনা

Written by Debojani Kajol, Doli Phukon, Hridoy Chandan

 

Moi Hom Koina Watch Video

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button